wikimedia/mediawiki-extensions-CirrusSearch

View on GitHub
i18n/as.json

Summary

Maintainability
Test Coverage
{
    "@metadata": {
        "authors": [
            "Gitartha.bordoloi",
            "Simbu123"
        ]
    },
    "cirrussearch-desc": "মিডিয়াৱিকিৰ বাবে ইলাষ্টিকচাৰ্চ-চালিত সন্ধান",
    "cirrussearch-backend-error": "কোনো এক অস্থায়ী সমস্যাৰ বাবে আমি আপোনাৰ সন্ধান সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। অনুগ্ৰহ কৰি পিছত পুনৰ চেষ্টা কৰক।",
    "cirrussearch-parse-error": "আপোনাৰ সন্ধানটো বুজি পোৱা হোৱা নাছিল। অনুগ্ৰহ কৰি ইয়াক সৰল কৰক। অনুসন্ধান প্ৰণালী উন্নত কৰিবলৈ সন্ধানটো লগ কৰা হৈছে।",
    "cirrussearch-too-busy-error": "সন্ধান বৰ্তমান অতি ব্যস্ত। অনুগ্ৰহ কৰি পিছত পুনৰ চেষ্টা কৰক।",
    "cirrussearch-regex-syntax-error": "$2-ত ৰেগুলাৰ এক্সপ্ৰেচন চিণ্টেক্স ত্ৰুটি: $1",
    "cirrussearch-regex-too-busy-error": "বৰ্তমান অত্যাধিক ৰেগুলাৰ এক্সপ্ৰেচন অনুসন্ধান চলি আছে। অনুগ্ৰহ কৰি অলপ পাছত পুনৰ চেষ্টা কৰক।",
    "cirrussearch-regex-too-complex-error": "ৰেগুলাৰ এক্সপ্ৰেচনটো অতি জটিল। ইয়াক সৰল কৰাৰ বিষয়ে [[mw:Special:MyLanguage/Help:CirrusSearch/RegexTooComplex|ইয়াত]] অধিক শিকক।",
    "cirrussearch-now-using": "এই ৱিকিয়ে এটা নতুন সন্ধান ইঞ্জিন ব্যৱহাৰ কৰিছে। ([[mw:Special:MyLanguage/Help:CirrusSearch|অধিক জানক]])",
    "cirrussearch-pref-label": "নতুন সন্ধান",
    "cirrussearch-give-feedback": "আমাক আপোনাৰ মতামত জনাওক",
    "cirrussearch-query-too-long": "অনুসন্ধানৰ অনুৰোধ সৰ্বাধিক অনুমোদিত দৈৰ্ঘ্যতকৈ দীঘল। (প্ৰকৃত: $1; অনুমোদিত: $2)",
    "cirrussearch-query-too-long-with-exemptions": "অনুসন্ধানৰ অনুৰোধ সৰ্বাধিক অনুমোদিত দৈৰ্ঘ্যতকৈ দীঘল। (প্ৰকৃত: $1, অনুমোদিত: $2, $3-ক নধৰাকৈ)",
    "cirrussearch-completion-profile-strict": "কেইটামান বিৰাম চিহ্ন আঁতৰোৱা কঠোৰ প্ৰ'ফাইল কিন্তু ডায়ক্ৰিটিক আৰু ষ্ট্ৰেচৰ চিহ্ন ৰখা হয়।",
    "cirrussearch-completion-profile-classic": "ধ্ৰুপদী উপসৰ্গ, কেইটামান বিৰাম চিহ্ন আৰু কিছুমান ডায়ক্ৰিটিক আঁতৰোৱা হৈছে।",
    "cirrussearch-completion-profile-normal": "কেইটামান বিৰাম চিহ্ন, কিছুমান ডায়ক্ৰিটিক আৰু ষ্টপৱৰ্ড আঁতৰোৱা হৈছে।",
    "cirrussearch-completion-profile-normal-subphrases": "কেইটামান বিৰাম চিহ্ন, কিছুমান ডায়ক্ৰিটিক আৰু ষ্টপৱৰ্ড আঁতৰোৱা হৈছে। ই খণ্ড-বাক্যসমূহৰ সৈতেও মিল খাব পাৰে (আভ্যন্তৰীণ ৱিকি কনফিগাৰেচনৰ ওপৰত নিৰ্ভৰ কৰি খণ্ড-বাক্য বা উপপৃষ্ঠা হ'ব পাৰে)।",
    "cirrussearch-completion-profile-fuzzy": "বানান সংশোধনৰ সৈতে স্বাভাৱিকৰ দৰে (দুটা ভুল বানান সমৰ্থিত)।",
    "cirrussearch-completion-profile-fast-fuzzy": "পৰীক্ষামূলক অস্পষ্ট প্ৰ'ফাইল (যিকোনো সময়তে আঁতৰোৱা হ'ব পাৰে)",
    "cirrussearch-completion-profile-fuzzy-subphrases": "বানান সংশোধনৰ সৈতে স্বাভাৱিকৰ দৰে (দুটা ভুল বানান সমৰ্থিত)। ই খণ্ড-বাক্যসমূহৰ সৈতেও মিল খাব পাৰে (আভ্যন্তৰীণ ৱিকি কনফিগাৰেচনৰ ওপৰত নিৰ্ভৰ কৰি খণ্ড-বাক্য বা উপপৃষ্ঠা হ'ব পাৰে)।",
    "cirrussearch-qi-profile-classic": "অভিমুখী লিংকৰ সংখ্যা, কিছুমান সাঁচ, পৃষ্ঠাৰ ভাষা আৰু সাম্প্ৰতিকতাৰ ওপৰত আধাৰিত ৰেংকিং (এই ৱিকিত সাঁচ/ভাষা/সাম্প্ৰতিকতা সক্ৰিয় নহ'বও পাৰে)।",
    "cirrussearch-qi-profile-classic-noboostlinks": "এই ৱিকিত সক্ৰিয় থাকিলে কিছুমান সাঁচ, পৃষ্ঠাৰ ভাষা আৰু সাম্প্ৰতিকতাৰ ওপৰত আধাৰিত ৰেংকিং।",
    "cirrussearch-qi-profile-empty": "কেৱল কুৱেৰী নিৰ্ভৰশীল বৈশিষ্ট্যৰ ওপৰত আধাৰিত ৰেংকিং (কেৱল ডিবাগৰ বাবেহে)।",
    "cirrussearch-qi-profile-wsum-inclinks-pv": "অভিমুখী লিংক আৰু সাপ্তাহিক পৃষ্ঠাদৰ্শনৰ ওপৰত আধাৰিত ওজনযুক্ত যোগফল",
    "cirrussearch-qi-profile-wsum-inclinks": "অভিমুখী লিংকৰ ওপৰত আধাৰিত ওজনযুক্ত যোগফল",
    "cirrussearch-qi-profile-popular-pv": "প্ৰাথমিকভাৱে পৃষ্ঠাদৰ্শনৰ ওপৰত আধাৰিত ৰেংকিং",
    "cirrussearch-qi-profile-popular-inclinks": "প্ৰাথমিকভাৱে অভিমুখী লিংক গণনাৰ ওপৰত আধাৰিত ৰেংকিং",
    "prefs-completion": "সন্ধান সম্পূৰ্ণকৰণ",
    "cirrussearch-pref-completion-section-desc": "সম্পূৰ্ণতা পৰামৰ্শদাতা",
    "cirrussearch-pref-completion-profile-help": "স্বয়ংসম্পূৰ্ণ (টাইপ কৰাৰ লগে লগেই সন্ধান) পৰামৰ্শৰ বাবে আচৰণ নিৰ্বাচন কৰক।\n\n[https://www.mediawiki.org/wiki/Special:MyLanguage/Extension:CirrusSearch/CompletionSuggester সম্পূৰ্ণতা পৰামৰ্শদাতা] হৈছে উন্নত বানান সংশোধন আৰু সন্ধান প্ৰাসংগিকতাৰ সৈতে সন্ধান পৰামৰ্শৰ বাবে এটা এলগৰিথম। 'ধ্ৰুপদী উপসৰ্গ সন্ধান' হৈছে পুৰণা টাইপ কৰাৰ লগে লগে সন্ধান পৰামৰ্শ দিয়া এলগৰিথম।",
    "cirrussearch-completion-profile-fuzzy-pref-name": "পূৰ্বনিৰ্ধাৰিত (পৰামৰ্শকৃত)",
    "cirrussearch-completion-profile-fuzzy-pref-desc": "দুটা পৰ্যন্ত বানান সংশোধন কৰে। মুখ্য শিৰোনামৰ সৈতে একে ধৰণৰ পুনঃনিৰ্দেশনা আঁতৰ কৰে।",
    "cirrussearch-completion-profile-fuzzy-subphrases-pref-name": "উপখণ্ড-বাক্য মিলোৱা (দীঘল পৃষ্ঠাৰ শিৰোনামৰ বাবে পৰামৰ্শকৃত)",
    "cirrussearch-completion-profile-fuzzy-subphrases-pref-desc": "দুটা পৰ্যন্ত বানান সংশোধন কৰে। নিকট পুনঃনিৰ্দেশনা মীমাংসা কৰে। শিৰোনামৰ উপখণ্ড-বাক্য মিলায়।",
    "cirrussearch-completion-profile-strict-pref-name": "কঠোৰ ম'ড (উন্নত)",
    "cirrussearch-completion-profile-strict-pref-desc": "কোনো বানান সংশোধন নাই। কোনো এক্সেণ্ট ফল্ডিং নাই। কঠোৰ ভাবে মিলন।",
    "cirrussearch-completion-profile-normal-pref-name": "পুনঃনিৰ্দেশ ম'ড (উন্নত)",
    "cirrussearch-completion-profile-normal-pref-desc": "কোনো বানান সংশোধন নাই। নিকট পুনঃনিৰ্দেশনা মীমাংসা কৰে।",
    "cirrussearch-completion-profile-normal-subphrases-pref-name": "উপখণ্ড-বাক্য মিলোৱাৰ সৈতে পুনঃনিৰ্দেশ ম'ডৰ (উন্নত)",
    "cirrussearch-completion-profile-normal-subphrases-pref-desc": "কোনো বানান সংশোধন নাই। নিকট পুনঃনিৰ্দেশনা মীমাংসা কৰে। শিৰোনামৰ উপখণ্ড-বাক্য মিলায়।",
    "cirrussearch-completion-profile-classic-pref-name": "ধ্ৰুপদী উপসৰ্গ সন্ধান",
    "cirrussearch-completion-profile-classic-pref-desc": "কোনো বানান সংশোধন নাই। শিৰোনামৰ আৰম্ভণিৰ সৈতে মিলায়।",
    "cirrussearch-timed-out": "সন্ধানৰ সময় উকলি গৈছে, কেৱল আংশিক ফলাফলহে উপলব্ধ।",
    "cirrussearch-regex-timed-out": "ৰেগুলাৰ এক্সপ্ৰেছন সন্ধানৰ সময় উকলি গৈছে, কেৱল আংশিক ফলাফলহে উপলব্ধ। সম্পূৰ্ণ ফলাফল পাবলৈ আপোনাৰ ৰেগুলাৰ এক্সপ্ৰেছন সৰল কৰিবলৈ চেষ্টা কৰক।",
    "cirrussearch-file-numeric-feature-not-a-number": "সন্ধান শব্দ '$1'ৰ বাবে সাংখ্যিক মানৰ প্ৰয়োজন, কিন্তু '$2' প্ৰদান কৰা হৈছে।",
    "cirrusesarch-file-numeric-feature-multi-argument-w-sign": "সন্ধান শব্দ '$1'-ই একাধিক আৰগুমেণ্ট আৰু '$2'ৰ সৈতে এটা চিহ্ন প্ৰদান কৰাৰ অনুমতি নিদিয়ে।",
    "cirrussearch-feature-not-available": "এই ৱিকিত সন্ধান কীৱৰ্ড '$1' সক্ষম কৰা হোৱা নাই।",
    "cirrussearch-feature-too-many-conditions": "'$1'ক প্ৰদান কৰা অত্যাধিক চৰ্ত, $2-লৈ হ্ৰাস কৰা হৈছে।",
    "cirrussearch-feature-deepcat-endpoint": "গভীৰ শ্ৰেণী অনুসন্ধান ব্যৱহাৰ কৰিবলৈ $wgCirrusSearchCategoryEndpoint-ক বৈধ SPARQL অন্তিম বিন্দুলৈ ছেট কৰিব লাগে।",
    "cirrussearch-feature-deepcat-exception": "গভীৰ শ্ৰেণী সন্ধানৰ SPARQL কুৱেৰী ব্যৰ্থ হৈছে",
    "cirrussearch-feature-deepcat-toomany": "গভীৰ শ্ৰেণীৰ কুৱেৰীয়ে অত্যাধিক শ্ৰেণী ঘূৰাই দিছে",
    "cirrussearch-feature-deepcat-invalid-title": "প্ৰদান কৰা শ্ৰেণীটো অবৈধ।",
    "cirrussearch-feature-pageid-invalid-id": "অবৈধ পৃষ্ঠা {{PLURAL:$2|আইডি|আইডিসমূহ}}: $1",
    "cirrussearch-incategory-feature-no-valid-categories": "'$1'-ক কোনো বৈধ শ্ৰেণী প্ৰদান কৰা হোৱা নাই।",
    "cirrussearch-mlt-feature-no-valid-titles": "'$1'-ক কোনো বৈধ শিৰোনাম প্ৰদান কৰা হোৱা নাই।",
    "cirrussearch-mlt-not-configured": "'$1' সুবিধাটো ভুলকৈ কনফিগাৰ কৰা হৈছে। এজন প্ৰশাসকক $wgCirrusSearchMoreLikeThisFields ঠিক কৰিবলৈ কওঁক।",
    "cirrussearch-explore-similar-related-none": "কোনো সম্পৰ্কিত পৃষ্ঠা উপলব্ধ নহয়",
    "cirrussearch-article-words": "সকলো সমল পৃষ্ঠাৰ মুঠ শব্দ সংখ্যা",
    "cirrussearch-keyword-prefix-ns-mismatch": "সন্ধান শব্দ <code>prefix:</code>-ত পোৱা নামস্থান অনুৰোধ কৰা নামস্থানৰ সৈতে সুসঙ্গত নহয়। আপুনি আপোনাৰ কুৱেৰীটো <code>all:</code> উপসৰ্গৰ সৈতে ঠিক কৰিব পাৰে।",
    "cirrussearch-autoselect-profile": "সন্ধান ইঞ্জিনটোৱে ব্যৱহাৰ কৰিবলৈ শ্ৰেষ্ঠ প্ৰ'ফাইলৰ সিদ্ধান্ত নিজাববীয়াকৈ ল'বলৈ দিয়ক।",
    "cirrussearch-offset-too-large": "ফলাফল উদ্ধাৰ কৰিব পৰা নগ'ল। $1-লৈকে সন্ধান ফলাফল সমৰ্থিত, কিন্তু $2-ৰ পৰা আৰম্ভ হোৱা ফলাফলৰ বাবে অনুৰোধ কৰা হৈছিল।",
    "cirrussearch-offset-not-allowed-with-random-sort": "যাদৃচ্ছিকভাৱে সজোৱা ফলাফলবোৰৰ পৃষ্ঠাকৰণ অনুৰোধ উপেক্ষা কৰা হৈছে।",
    "cirrussearch-articletopic-invalid-topic": "<kbd>articletopic:</kbd> কীৱৰ্ডৰ বাবে অচিনাক্ত বিষয়বস্তুৰ {{PLURAL:$2|নাম}}: $1",
    "cirrussearch-inlanguage-deprecate-comma": "inlanguage কীৱৰ্ডৰ বাবে পৃথককাৰক হিচাপে কমা (,) ব্যৱহাৰ কৰাটো অৱনমিত কৰা হৈছে। অনুগ্ৰহ কৰি ভাষা পৃথক কৰিবলৈ | (পাইপ) ব্যৱহাৰ কৰক।"
}